শেহতীয়া খবৰ
ধুবুৰীত বিএছএফ চোৰাংচোৱাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান  •  হিজবুলৰে সম্পৰ্কৰ সন্দেহত আটক কৰা ৩ যুৱকক মুকলি হোজাই আৰক্ষীৰ  •  মোবাইল প্ৰেমে চেৰ পেলালে সন্তানপ্ৰেমক!  •  প্ৰয়োজন হ’লে ন্যায়াধীশ দম্পত্তিৰ বিৰুদ্ধেও হ’ব তদন্ত, এপিএছচি কেলেংকাৰীৰ সন্দৰ্ভত কুলধৰ শইকীয়াৰ মন্তব্য  •  ২০ এপ্ৰিলত মই কল্পনা লাজমীক শেষবাৰৰ বাবে লগ পাইছিলোঃ কমল কটকী  •  নগাঁৱৰ জুৰীয়াত পানীত পৰি এটি শিশুৰ মৃত্যু  •  তিনিচুকীয়াত ৪ সন্দেহযুক্ত নাগৰিকক আটক  •  বৰপেটাত হিজবুল মুজাহিদীনৰ সৈতে জড়িত থকাৰ অপৰাধত ৩ যুৱকক আটক  •  নগাঁৱৰ আকৌ বিদ্যুৎ বিভাগৰ অৱহেলা! পানীগাঁও চাৰিআলিত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ, চাওঁক VIDEO  •  লংকাৰ গংগা হোটেলত চিপ লোৱা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

বাজপেয়ীৰ আত্মাৰ সদগতি কামনাৰে বটদ্ৰৱা থানত প্ৰাৰ্থনা

29

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নৱ ভাৰতৰ ৰূপকাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰয়াণত সমগ্ৰ দেশৰ লগতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সমূহ ভকত-বৈষ্ণৱ, আইমাতৃ তথা ভক্তপ্ৰাণ সত্ৰবাসীয়ে শোক প্ৰকাশ কৰিছে৷

বাজপেয়ীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শ’লগুৰি সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ মহন্ত, নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে কয় যে প্ৰকৃতাৰ্থত ভাৰতবৰ্ষই নিজৰ অমূল্য ৰত্ন হেৰুৱালে৷

ইফালে আজি প্ৰয়াত নেতাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ দিনটোত বৃহত্তৰ বটদ্ৰৱাবাসীয়েও বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে প্ৰাৰ্থনা জনোৱাৰ লগতে স্বতঃস্ফূৰ্ত বন্ধ পালন কৰা পৰিলক্ষিত হয়৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি