শেহতীয়া খবৰ
দুখতো সুখ! 'কঙালী'ৰ বাবেইতো বিশেষতকৈয়ো বিশেষ অসমীয়া  •  কিয় বৰ্ণনাতীত সুস্বাদু হয় দুৰ্গোৎসৱৰ ভোগ, চাওঁক VIDEO  •  পানীৰ সন্ধান বিচাৰি বুধ গ্ৰহলৈ ব্ৰিটেইনৰ মহাকাশযান  •  ৰাম আমাৰ গৌৰৱ, নিৰ্মাণ হ’ব লাগিবই ৰাম মন্দিৰঃ মোহন ভাগৱত  •  বিমানৰ ভিতৰত বিমান সেৱিকাক অশ্লীল ইংগিত, আটক মদাহী যুৱক  •  বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে আনন্দ বজাৰ আৰক্ষীত এজাহাৰ দাখিল পপুলাৰ ফ্ৰ’ণ্ট অৱ ইণ্ডিয়াৰ  •  উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰী আৰু নাই  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  মৰিগাঁৱত পথ দুৰ্ঘটনা, নিহত ২জন

১১ আগষ্টত ২০১৮ বৰ্ষৰ শেষৰটো সূৰ্যগ্ৰহণ

633

ডিজিটেল ডেস্কঃ এই বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ হ’ব ১১ আগষ্টত। ইয়াৰ পূৰ্বে চলিত বৰ্ষটোত ১৫ ফেব্ৰুৱাৰী আৰু ১৩ জুলাইত হৈছিল দুটাকৈ সূৰ্যগ্ৰহণ।

বছৰটোৰ তৃতীয় তথা শেষৰটো সূৰ্যগ্ৰহণ ১১ আগষ্ট শনিবাৰে ১ বাজি ৩২ মিনিটৰ পৰা আৰম্ভ হ’ব আৰু ৫ বজাত সমাপ্ত হ’ব। এই সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযায় যদিও চুবুৰীয়া দেশ চীনৰ লগতে উত্তৰ আমেৰিকা, উত্তৰ-পশ্চিম আমেৰিকা আৰু মেক্সিকোত দেখা যাব।

জ্যোতিষ শাস্ত্ৰৰ মতে, এই সূৰ্যগ্ৰহণ মেঘ, মকৰ, তুলা আৰু কুম্ভ ৰাশিৰ গৰাকীসকলৰ বাবে শুভ যদিও মিথুন আৰু সিংহ ৰাশিৰ সকলৰ বাবে হ’ব অশুভ। উল্লেখ্য যে, ২০১৯ বৰ্ষতো ৬ জানুৱাৰী, ২জুলাই আৰু ১৬ আগষ্টত হ’ব তিনিটাকৈ সূৰ্যগ্ৰহণ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি