কেতিয়া দাখিল কৰিব লাগিব আইটিআৰ,অন্তিম সময়সীমা বৃদ্ধি,…

কেতিয়া দাখিল কৰিব লাগিব আইটিআৰ,অন্তিম সময়সীমা বৃদ্ধি,…

ডিজিটেল ডেস্কঃ বিত্ত মন্ত্ৰালয়ে ব্যক্তিগত কৰদাতা সকলৰ বাবে আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ব্যক্তিগত কৰদাতা সকলৰ বাবে বিত্তীয় বৰ্ষ ২০১৯-২০ৰ বাবে আয়কৰ ৰিটাৰ্ণ (আই টি আৰ) দাখিল কৰাৰ সময়সীমা এক মাহৰ বৃদ্ধি কৰি ৩১ ডিচেম্বৰলৈ সম্প্ৰসাৰিত কৰিছে।

উল্লেখ্য যে,ইয়াৰ আগতে, কৰদাতা সকলৰ বাবে আইটিআৰ দাখিল কৰাৰ অন্তিম তাৰিখ আছিল ৩০নৱেম্বৰ। শনিবাৰে বিত্ত মন্ত্ৰালয়ে এই তথ্য প্ৰদান কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in