হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা…

হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা…

হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা…

  • ৰাজ্যত হ্ৰাস হৈছে কোভিড আক্ৰান্তৰ সংখ্যা।
  • হ্ৰাস পাইছে কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা।
  • শেহতীয়া ২৪ ঘণ্টাত ৰাজ্যত কোভিড পজিটিভৰ সংখ্যা ২ শতাংশতকৈ অধিক হ্ৰাস পাইছে।
  • বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫ গৰাকী।
  • মঙ্গলবাৰৰ দিনটোত ৰাজ্যত মুঠ কোভিড পৰীক্ষা কৰাৰ সংখ্যা আছিল ১,৭০,৮৫৬।
  • সামগ্ৰিকভাৱে কোভিড পজিটিভৰ হাৰ ১.৬৪ শতাংশ।
  • ২৪ ঘণ্টাত কোৰোনাত আক্ৰান্ত হৈছে ২৮০৫ গৰাকী লোক।
  • আনহাতে কামৰূপ মেট্ৰ জিলাত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৫৮ গৰাকী লোক।
  • বিগত ২৪ ঘণ্টাত ৰাজ্যত সুস্থতাৰ হাৰ ৯২.৪০ শতাংশ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in