শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

ক্ৰিকেটৰ পৰা বিদায় ল’লে লাচিথ মালিংগাই…

ডিজিটেল ডেস্কঃ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে শ্ৰীলংকাৰ ইয়ৰ্কাৰ কিং লাচিথ মালিংগাই। মঙলবাৰে ছচিয়েল মিডিয়াত এই কথা ঘোষণা কৰে শ্ৰীলংকান ক্ৰিকেটাৰ গৰাকীয়ে। ‘ক্ৰিকেটৰ প্ৰতিটো ফৰ্মেটৰ পৰা মই বিদায় লৈছো। মোক সমৰ্থন কৰা সকলোলৈ ধন্যবাদ। যুৱ ক্ৰিকেটাৰসকলৰ সৈতে মই মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰিম।’- এনেদৰে টুইটাৰত লিখিছে মালিংগাই।

মালিংগাই বলিং কৰাৰ সময়ত বেটছমেনে ষ্টাম্পৰ সন্মুখৰ পৰা বেটখন আঁতৰাই দিয়াৰ অৰ্থ যে আউট সেইটো প্ৰায় নিশ্চিত আছিল। কিয়নো মালিংগাক সকলোৱে ইয়’ৰ্কাৰ কিংগ বুলিয়েই সম্বোধন কৰে। এই দিগ্বজ বলাৰ গৰাকীয়ে ২৯৫খন টি-২০ মেচত ৩৯০টা উইকেট দখল কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি