কোকৰাঝাৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ…

কোকৰাঝাৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ…
  • কোকৰাঝাৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ ।
  • ভাৰত -ভূটান সীমান্তৰ উল্টাপানীত আৰক্ষীয়ে চলাইছিল অভিযান ।
  • আজি শেষনিশা চলিছিল অভিযান ।
  • দুটা পৃথক পৃথক অভিযানত উদ্ধাৰ আগ্নেয়াস্ত্ৰখিনি ।
  • এটা অভিযানৰ নেৰ্তৃত্ব দিছিল আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবে আৰু আনটো অভিযানৰ নেৰ্তৃত্ব দিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে ।
  • সংবাদমেলত সকলো তথ্য সদৰি কৰিলে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান তথা বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণই ।
  • কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদমেল ।
  • অভিযানত উদ্ধাৰ বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ ।
  • উদ্ধাৰ ৪টা একে ৪৭ ৰাইফল , এম ১৬ ৰাইফল এটা, স্নিফাৰ ৰাইফল এটা, বেয়নেটৰ সতে চেৰ্লী ৰাইফল এটা , মেগজিন ৪টা আৰু ১৬০ জাঁই সজীৱ গুলী ।
  • উদ্ধাৰকৃত আগ্নেয়াস্ত্ৰখিনি প্ৰাক্তন এনএলএফবিৰ পৰা ফালৰি কাটি যোৱা তথা নতুনকৈ খোলা সংগঠনৰ বুলি সন্দেহ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in