কোকৰাঝাৰত বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ উদ্ধাৰ

কোকৰাঝাৰত বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ উদ্ধাৰ
  • বৃহৎ কুটাঘাতৰ পৰা ৰক্ষা পৰিল কোকৰাঝাৰ ।
  • নিৰ্বাচনৰ পূৰ্বে কোকৰাঝাৰত বৃহৎ মাৰণাস্ত্ৰ উদ্ধাৰ ।
  • কোকৰাঝাৰৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শৰাইবিলৰ বালুঝোৰা অৰণ্যত পৰা উদ্ধাৰ বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ ।
  • জংঘলত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ অস্ত্ৰখিনি ।
  • উদ্ধাৰ দুটা একে ৫৬ ৰাইফল , ২ টা মেগজিন , ৪২ জাঁই সজীৱ গুলী , মেগজিনসহ এটা ৯এমএম পিষ্টল ।
  • কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে সংবাদমেল যোগে সদৰি কৰিলে উক্ত তথ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in