ধিঙত বৃহৎ পৰিমানৰ দাইল আৰু চয়াবিন জব্দ,এজনক গ্ৰেপ্তাৰ…

ধিঙত বৃহৎ পৰিমানৰ দাইল আৰু চয়াবিন জব্দ,এজনক গ্ৰেপ্তাৰ…
  • শনিবাৰে নিশা ধিঙৰ ডুমডুমীয়াত বশিষ্ঠ আৰক্ষীৰ অভিযান ৷
  • অভিযানত বৃহৎ পৰিমানৰ দাইল আৰু চয়াবিন জব্দ ৷
  • এই বৃহৎ পৰিমানৰ সামগ্ৰীখিনি গুৱাহাটীৰ পৰা শিলচৰলৈ নিয়াৰ কথা আছিল ৷
  • দুষ্টচক্ৰৰ লগত গাড়ী চালক জড়িত হৈ হৰলুকি কৰিছিল ৩৭৫ বেগ চয়াবিন আৰু ৪৫৫ বেগ মচুৰ দালি ৷
  • সামগ্ৰীখিনিৰ মূল্য প্ৰায় ১৬ লাখ টকা ৷
  • চোৰাং কাৰবাৰত জড়িত বৰপেটাৰ ইছমাইল আলিক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ ৷
  • চাহজাহান আলি নামৰ ব্যৱসায়ীজনৰ গুডামৰ পৰা জব্দ সামগ্ৰীখিনি ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in