লংকাত পথ দুৰ্ঘটনা, তীব্ৰবেগী বাইকৰ খুন্দাত নিহত মহিলা…

লংকাত পথ দুৰ্ঘটনা, তীব্ৰবেগী বাইকৰ খুন্দাত নিহত মহিলা…
  • লংকাৰ বামুণগাঁও চাৰিআলীত পথ দুৰ্ঘটনা।
  • দ্রুতবেগী মটৰ চাইকেলৰ খুন্দাত নিহত এগৰাকী মহিলা।
  • নিহত মহিলাগৰাকী বামুণগাঁৱৰ গুলনেহাৰ বেগম।
  • দুৰ্ঘটনাত আহত মটৰচাইকেল আৰোহীজন।
  • আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেলখন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in