ভূমিস্খলনে লৈছে ভয়াৱহ ৰূপ : গাৰ্ড ৱাল খহি পৰিল ঘৰৰ ওপৰত…

ভূমিস্খলনে লৈছে ভয়াৱহ ৰূপ : গাৰ্ড ৱাল খহি পৰিল ঘৰৰ ওপৰত…
  • মহানগৰীত পুনৰ সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ।
  • এইবাৰ মহানগৰীৰ বৈশিষ্ঠৰ বৈকুণ্ঠপূৰত সংঘটিত হ'ল এই ঘটনা ।
  • কল্পনা কুমাৰী ডেকা নামৰ এগৰাকী মহিলাৰ ঘৰৰ গাৰ্ড ৱাল খহি পৰিল।
  • গাৰ্ড ৱালখন খহি পৰিল ধনেশ্বৰ কলিতা নামৰ এজন ব্যক্তিৰ ঘৰত।
  • কথমপি প্ৰাণ ৰক্ষা পৰিছে ধনেশ্বৰ কলিতা তথা তেওঁৰ পৰিয়ালৰ ।
  • সোমবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ বাবেই সংঘটিত হৈছে এই ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in