শেহতীয়া খবৰ
জীৱন-মৃত্যুৰে যুঁজিছে ছলমান ৰুশ্বডীয়ে...  •  কবিতা/১৯ "হৰ ঘৰ ত্ৰিৰংগা"  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...

পশ্চিম গাৰো পাহাৰত পুনৰ ভূমিস্খলন…

  • মেঘালয়ত অব্যাহত আছে ভূমিস্খলন।
  • মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত পুনৰ সংঘটিত হৈছে ভূমিস্খলন।
  • ছিজুৰ ওচৰৰ ৰংডং নামৰ ঠাইত এই ভূমিস্খলনৰ ঘটনা।
  • ভূমিস্খলনৰ ফলত অঞ্চলটোত তীব্ৰ চাঞ্চল্য।
  • ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰৰ মাটি খহি পৰাৰ সন্দেহ।
  • এখন তামুলৰ বাৰী খহি পৰিল মাটিৰ লগত।
  • ঘটনাত কোনো লোক হতাহতি হোৱা নাই যদিও সৃষ্টি হৈছে তীব্ৰ শংকা।