শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

অৱশেষত আৰক্ষীয়ে আটক কৰিলে নজৰুলকঃ লামডিং বনাঞ্চলত কৰিছিল মাটিৰ দালালি…

  • অৱশেষত হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে নজৰুলক।
  • লামডিং সংৰক্ষিত বনাঞ্চলত ধনৰ বিনিময়ত বহু লোকক সংস্থাপিত কৰিছিল নজৰুলে।
  • হোজাইৰ ন-খুঁটিৰ পৰা গ্ৰেপ্তাৰ নজৰুলক।
  • নজৰুলৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জনৈক আনোৱাৰ নামৰ আন এজনক ব্যক্তিক।
  • লামডিং বনাঞ্চলত দুয়োৱে চলাইছিল মাটিৰ দালালি।
  • বনাঞ্চলখনৰ পৰা উচ্ছেদিত লোকসকলে লৈছিল নজৰুলৰ নাম।
  • আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নজৰুলে বনাঞ্চলত ধনৰ বিনিময়ত বহু লোকক সংস্থাপিত কৰাৰ কথা উল্লেখ কৰিছিল।