অৱশেষত আৰক্ষীয়ে আটক কৰিলে নজৰুলকঃ লামডিং বনাঞ্চলত কৰিছিল মাটিৰ দালালি…

অৱশেষত আৰক্ষীয়ে আটক কৰিলে নজৰুলকঃ লামডিং বনাঞ্চলত কৰিছিল মাটিৰ দালালি…

  • অৱশেষত হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে নজৰুলক।
  • লামডিং সংৰক্ষিত বনাঞ্চলত ধনৰ বিনিময়ত বহু লোকক সংস্থাপিত কৰিছিল নজৰুলে।
  • হোজাইৰ ন-খুঁটিৰ পৰা গ্ৰেপ্তাৰ নজৰুলক।
  • নজৰুলৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জনৈক আনোৱাৰ নামৰ আন এজনক ব্যক্তিক।
  • লামডিং বনাঞ্চলত দুয়োৱে চলাইছিল মাটিৰ দালালি।
  • বনাঞ্চলখনৰ পৰা উচ্ছেদিত লোকসকলে লৈছিল নজৰুলৰ নাম।
  • আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নজৰুলে বনাঞ্চলত ধনৰ বিনিময়ত বহু লোকক সংস্থাপিত কৰাৰ কথা উল্লেখ কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in