লামডিঙত মাজনিশা আৰক্ষীৰ অভিযান, আটক ১০জনকৈ জুৱাৰী

লামডিঙত মাজনিশা আৰক্ষীৰ অভিযান, আটক ১০জনকৈ জুৱাৰী
  • লামডিঙত নিশা জুৱাৰ খেল৷
  • মাজনিশা লামডিং আৰক্ষীয়ে চলাই অভিযান।
  • লামডিং ৰিলিফ য়াৰ্ডৰ বি ঘুমটি অঞলৰ পৰা উৎখাত কৰে জুৱাৰ ঘাটি।
  • নগদ ১.৫০ লাখ টকাসহ ১০জন জুৱাৰীক আটক।
  • বহু দিন ধৰি আৰক্ষীৰ চকুত ধুলি দি চলাই আহিছিল ৰমৰমীয়া জুৱা ৷
  • এই জুৱা চলোৱা আঁৰত লামডিঙৰ এজন বিশেষ ব্যক্তি জড়িত থকা বুলি অভিযোগ উত্থাপন হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in