লামডিঙত চোৰাং কাঠৰ ব্যৱসায়ীক আটক

লামডিঙত চোৰাং কাঠৰ ব্যৱসায়ীক আটক
  • লামডিঙত এজন চোৰাংকাঠ ব্যৱসায়ী আটক।
  • পলায়ন কৰে আন ৩জন চোৰাং কাঠ ব্যৱসায়ী৷
  • লামডিং বন বিভাগে লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা আটক কৰে কাঠৰ চোৰাং ব্যৱসায়ীজনক।
  • সংৰক্ষিত বনাঞ্চলখনত গছ কাটি থকা অৱস্থাতে আটক লোকজনক৷
  • অাটক কৰা চোৰাং কাঠ ব্যৱসায়ীজন নখুটিৰ দেবেন গাঁওৰ মহম্মদ অসাদুল ইছলাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in