বন বিভাগৰ সাফল্যঃ লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা আটক বনদস্যু…

বন বিভাগৰ সাফল্যঃ লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা আটক বনদস্যু…
  • লামডিঙ বন বিভাগৰ সাফলতা।
  • আজি লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা এটা বনদস্যু আটক৷
  • লামডিং সংৰক্ষিত বনাঞ্চলৰ বাচবাড়ি অঞ্চলৰ পৰা ২২ বছৰীয়া চোৰাং চোৰাক লামডিং বন বিভাগে আটক কৰে।
  • বাচবাৰী অঞ্চলৰ বনাঞ্চলৰ ভিতৰত গছ কাটি থকা অৱস্থাত আটক কৰে যুৱক জনক৷
  • বিগত বহু দিন ধৰি লামডিং সংৰক্ষিত বনাঞ্চলত একাংশই বন ধংসযজ্ঞ চলাই আহিছিল ৷
  • আজি লামডিঙ বনবিভাগৰ তহলদাৰী এটা দলে আটক কৰিব সক্ষম হয়।
  • আটক কৰা যুৱকজন নখুঁতিৰ তহৰ আলি ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in