শেহতীয়া খবৰ
মানকাচৰৰ নিউ মাৰ্কেটত নিচা জাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন...  •  ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী...  •  বৰপেটাৰ কেওঁটকুছিত ভয়াবহ পথ দূৰ্ঘটনা,ট্ৰেন্সফৰ্মাৰ ভাঙিলে ব'লেৰ পিক আপ ভানে...  •  সন্মিলিত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশন সামৰণি...  •  ১ মিনিটত ২৫ খবৰ...  •  নলবাৰীত হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাক স্মৰণ...  •  নলবাৰীৰ বালিকুছিত শ্ৰীশ্ৰীযোগেশ মন্দিৰ উদ্বোধন,দুশ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা...  •  ৩০ জনীয়া সদস্যৰে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন...  •  টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত দুখন কাব্যগ্ৰন্থ উন্মোচন...  •  কাজিৰঙাত ভালুকৰ আক্ৰমণত অস্থায়ী বনকৰ্মী আহত

বন বিভাগৰ সাফল্যঃ লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা আটক বনদস্যু…

374
  • লামডিঙ বন বিভাগৰ সাফলতা।
  • আজি লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা এটা বনদস্যু আটক৷
  • লামডিং সংৰক্ষিত বনাঞ্চলৰ বাচবাড়ি অঞ্চলৰ পৰা ২২ বছৰীয়া চোৰাং চোৰাক লামডিং বন বিভাগে আটক কৰে।
  • বাচবাৰী অঞ্চলৰ বনাঞ্চলৰ ভিতৰত গছ কাটি থকা অৱস্থাত আটক কৰে যুৱক জনক৷
  • বিগত বহু দিন ধৰি লামডিং সংৰক্ষিত বনাঞ্চলত একাংশই বন ধংসযজ্ঞ চলাই আহিছিল ৷
  • আজি লামডিঙ বনবিভাগৰ তহলদাৰী এটা দলে আটক কৰিব সক্ষম হয়।
  • আটক কৰা যুৱকজন নখুঁতিৰ তহৰ আলি ৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি