লামডিং আৰক্ষী থানাত আৰক্ষী চকীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

লামডিং আৰক্ষী থানাত আৰক্ষী চকীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল…
  • লামডিং আৰক্ষী থানাত আৰক্ষী চকীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
  • লামডিং বাসীক উপহাৰ দিবলৈ দিনযোৱা কায্যসূচীয়ে উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
  • পাঁচটাকৈ আঁচনি লৈ আজি উপস্থিত হল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
  • মৈত্ৰী আঁচনি অধীনত নিৰ্মান হোৱা লামডিং আৰক্ষী থানা উন্মোচন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
  • লগতে অসম দৰ্শন আঁচনি অধীনত লামডিং নদীপাৰ শিতলা মন্দিৰ আৰু কালীবাড়ী কালিমন্দিৰ 10 লাখ কৈ টকা অনুমোদন দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে
  • আনফালে হৰুলংফা নামঘৰত মূখ্যমন্ত্ৰীগৰাকীয়ে ভকতৰ পৰা আশীৰ্বাদ লয়
  • লামডিং ৰেল মহানগৰীৰ উন্নয়নৰ বাবে মাছ বজাৰৰ এটা নতুন বিল্ডিঙৰ কামৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in