লামডিঙত পথ দুৰ্ঘটনা, নিহত এজন ছাত্ৰ

লামডিঙত পথ দুৰ্ঘটনা, নিহত এজন ছাত্ৰ
  • লামডিঙৰ ইটাভাটা চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা৷
  • AS06-AC-1907 নম্বৰৰ আই অ' চি তেলভৰ্তি এখন টেংকাৰে মহতিয়ালে দুই স্কুলীয়া ছাত্ৰক৷
  • আঘাতপ্ৰাপ্ত ছাত্ৰ দুজনৰ নাম শ্বাহ আলম আৰু ৰবিয়া আলম।
  • ছাত্ৰদ্বয় জৰংদিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ।
  • ছাত্ৰ দুজন  সম্বন্ধত আছিল ককাই-ভাই।
  • সংকটজনক অৱস্থাত ছাত্ৰদ্বয়ক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আনি থকা অৱস্থাত এজনৰ মৃত্যু।
  • মৃত্যু হোৱা ছাত্ৰজনৰ নাম শ্বাহ আলম।
  • টেংকাৰ চালকজনক আটক কৰে আৰক্ষীয়ে।
  • আটকাধীন চালকজনক আৰক্ষীয়ে ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in