লালুকত পানীত পৰি ৩ বছৰীয়া শিশুৰ মৃত্যু…

লালুকত পানীত পৰি ৩ বছৰীয়া শিশুৰ মৃত্যু…

ডিজিটেল সংবাদ, লালুকঃ চাৰিফালে বানপানীক লৈ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ সময়তে লালুকৰ ১নং কৰুণাবাৰীত দেওবাৰে বিয়লি এটি তিনি বছৰীয়া শিশু পুখুৰীত পৰি মৃত্যু ঘটে৷ মৃত শিশুটি নুৰজামালৰ একমাত্ৰ পুত্ৰ ছাহজাহান৷ পৰিয়ালৰ অজ্ঞাতেই শিশুটি বৰষুণত খেল্ থকাৰ মাজতেই আকস্মিক ভাৱে ঘৰৰ কাষতে থকা পুখুৰীত পৰি যায়৷ প্ৰথম অৱস্থাত পুখুৰীত পৰা সম্পৰ্কত জ্ঞাত নহয় যদিও বিচাৰ খোচাৰ কৰাৰ পাছতহে মৃতদেহটো পুখুৰীত প্ৰত্যক্ষ কৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in