শেহতীয়া খবৰ
চামগুৰিত চুৰি বাইকসহ যুবক গ্ৰেপ্তাৰ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসমৰ বাবে সহায়ৰ আহ্বান বিৰাট,ৰোহিত আৰু হৰভজনৰ...  •  যুৱতীক অশালীন ব্যৱহাৰ কৰি জাগুনৰ সুৰামত্ত সাংবাদিকে খালে লপা-থপা...  •  কাজিৰঙাত বানৰ মাজতে আতংক! প্ৰাণৰক্ষাৰ বাবে বনৰজা উঠিলগৈ বিচনাত...  •  ফণী বতাহৰ ফলত বিধ্বস্ত পুৰীস্থিত শংকৰদেৱ নামঘৰ...  •  দক্ষিণ কামৰূপত অপৰিৱৰ্তিত বান পৰিস্থিতি! বন্যাৰ্তৰ মাজত খাদ্য বিতৰণ...  •  লালুকৰ বানাক্ৰান্ত অঞ্চলত আছুৰ বিনামূলীয়া চিকিৎসা শিবিৰ...  •  লালুকত বিজেপি অবিচি মৰ্চা, দীপশিখা গোটৰ উদ্যোগত বান সাহাৰ্য বিতৰণ...

লালুকত পানীত পৰি ৩ বছৰীয়া শিশুৰ মৃত্যু…

67

ডিজিটেল সংবাদ, লালুকঃ চাৰিফালে বানপানীক লৈ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ সময়তে লালুকৰ ১নং কৰুণাবাৰীত দেওবাৰে বিয়লি এটি তিনি বছৰীয়া শিশু পুখুৰীত পৰি মৃত্যু ঘটে৷ মৃত শিশুটি নুৰজামালৰ একমাত্ৰ পুত্ৰ ছাহজাহান৷ পৰিয়ালৰ অজ্ঞাতেই শিশুটি বৰষুণত খেল্ থকাৰ মাজতেই আকস্মিক ভাৱে ঘৰৰ কাষতে থকা পুখুৰীত পৰি যায়৷ প্ৰথম অৱস্থাত পুখুৰীত পৰা সম্পৰ্কত জ্ঞাত নহয় যদিও বিচাৰ খোচাৰ কৰাৰ পাছতহে মৃতদেহটো পুখুৰীত প্ৰত্যক্ষ কৰে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি