লখিমপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন…

লখিমপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন…
  • লখিমপুৰ লোকসভা সমষ্টিত মনোনয়ন দাখিল কৰা প্ৰাৰ্থী মুঠ ১২ জন।
  • অনিল বৰগোহাঁই- কংগ্ৰেছ।
  • হেমকান্দ মিৰি- এছ ইউ চি (আই)।
  • প্ৰদান বৰুৱা- বিজেপি।
  • অৰূপ প্ৰতিম বৰবৰুৱা- এন চি পি।
  • প্ৰভূ লাল বৈষ্ণৱ- নিৰ্দলীয়।
  • অৰূপ কলিতা- চি পি আই।
  • উবাইদুৰ ৰহমান- অসম জন মৰ্চা।
  • অমিয় কুমাৰ সন্দিকৈ- চিপিআই (এম)।
  • অম্বাজ উদ্দিন- নিৰ্দলীয়।
  • ভূপেন নৰহ- ভি পি আই।
  • পূৰ্ণকান্ত দেউৰী- নিৰ্দলীয়।
  • দীলিপ মৰাণ- অসম দৃষ্টি পাৰ্টি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in