বৃহৎ নদীবান্ধৰ বিৰুদ্ধে লখিমপুৰত হোম যজ্ঞ

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে লখিমপুৰত হোম যজ্ঞ
  • বৃহৎ নদীবান্ধৰ বিৰুদ্ধে লখিমপুৰত অভিনৱ প্ৰতিবাদ৷
  • কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লখিমপুৰ, ধেমাজি, মাজুলীবাসী ৰাইজৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত শুভ বুদ্ধি আৰু সুমতি কামনা কৰি লখিমপুৰ চহৰৰ খেল মাটিত হোম যজ্ঞ।
  • অসম জাতীয়তাবাদী যুৱ পৰিষদৰ খগেন দাস গোটে এই অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
  • উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা সংগঠনটোৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু এনএইচপিচিৰ বিৰুদ্ধে এলানি প্ৰতিবাদী কাৰ্যসুচী গ্ৰহণ কৰে।
  • দেওবাৰে ৰঙানদীৰ পাৰত বৃহৎ নদী বান্ধ বন্ধৰ হকে জল সংকল্প গ্ৰহণ কৰিব সংগঠনটোৱে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in