কেবৰ বিৰুদ্ধে লখিমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ…

কেবৰ বিৰুদ্ধে লখিমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ…
  • লখিমপুৰত এ জে ৱাই চি পিৰ তীব্ৰ প্ৰতিবাদ।
  • লখিমপুৰৰ লালুকত কেবৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী৷
  • লাচিত সেনা, আছুক লগত লৈ কেইবা শতাধিক যুৱ ছাত্ৰ কৰ্মীয়ে বাহিৰ কৰে জোঁৰ সমদল৷
  • কোনো কাৰণতেই গৃহীত কেব মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ৷ 
  • অগপ আৰু বিজেপি বিৰোধী শ্ল'গানৰে উত্তাল কৰি তোলা হয় প্ৰতিবাদস্থলী৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in