লখিমপুৰ আৰক্ষীৰ জালত নকল সোণ ব্যৱসায়ী

লখিমপুৰ আৰক্ষীৰ জালত নকল সোণ ব্যৱসায়ী
  • লখিমপুৰত নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • অভিযানত নকল সোণ ব্যৱসায়ীক গ্ৰেপ্তাৰ।
  • আৰক্ষীৰ অভিযানত বঙালমৰাৰ পৰা গ্ৰেপ্তাৰ ছৰিফুল ইছলাম নামৰ ব্যৱসায়ীজনক।
  • বৰ্তমান পৰ্যন্ত পলাতক ছৰিফুলৰ দুই সহযোগী।
  • ২৭ ছেপ্টেম্বৰত কলকাতাত এজন লোকক নকল সোণ বিক্ৰী কৰাৰ অভিযোগ চৰিফুলৰ বিৰুদ্ধে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in