লখিমপুৰত স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে অন্তঃসত্ত্বা পত্নীক

লখিমপুৰত স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে অন্তঃসত্ত্বা পত্নীক
  • দেওবাৰে লখিমপুৰ জিলা বগীনদী আৰক্ষীৰ অন্তৰ্গত যোৰহটীয়া গোঁহাই গাঁৱত পৈশাচিক হত্যাকাণ্ড।
  • স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক।
  • চলিত বৰ্ষৰ জানুৱাৰীত প্ৰেম বিবাহ  হৈছিল দুয়োৰে।
  • চাৰিমাহৰ অন্তঃসত্ত্বা মহিলাগৰাকীৰ লগত প্ৰায়ে চলিছিল পাৰিবাৰিক কণ্ডল।
  • মৃত মহিলাগৰাকীৰ পৰিয়ালৰ এজাহাৰ ভিত্তিত বগীনদী আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী স্বামী জগত চাংমাইক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in