লখিমপুৰৰ সাংবাদিক ভাস্কৰ দত্তৰ দেহাৱসান…

লখিমপুৰৰ সাংবাদিক ভাস্কৰ দত্তৰ দেহাৱসান…
  • লখিমপুৰৰ সাংবাদিক ভাস্কৰ দত্তৰ দেহাৱসান ৷
  • ৪২ বছৰ বয়সত মৃত্যু সাংবাদিক গৰাকীৰ ৷
  • দীৰ্ঘ দিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ ৷
  • উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত শনিবাৰে দুপৰীয়াভাগত মৃত্যুক আকোৱালি লয় দত্তই ৷
  • ভাস্কৰ দত্তৰ ঘৰ নাওবৈচাত ৷
  • অসমীয়া প্ৰতিদিনৰ লগতে বহুকেইটা সংবাদ গোষ্ঠীক সংবাদ সেৱা আগবঢ়াইছিল প্ৰয়াত দত্তই ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in