লখিমপুৰত ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বত্ৰে

লখিমপুৰত ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বত্ৰে
  • মঙলবাৰে ৪৬টা সংগঠনৰ অসম বন্ধৰ আহ্বান।
  • লখিমপুৰত বন্ধৰ প্ৰভাৱ পৰিছে।
  • বন্ধৰ সমৰ্থকসকল ওলাই আহিছে ৰাজপথলৈ।
  • স্বতস্ফূতভাৱে বন্ধ কৰিছে দোকান-পোহাৰ।
  • ৰাজপথত জ্বলিছে জুই।
  • বন্ধ বিফল কৰিবলৈ তৎপৰ প্ৰশাসন।
  • কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in