লখিমপুৰত আৰক্ষীৰ সন্মুখৰ পৰাই মহিলাই পলুৱাই নিলে আচামীক

  • লখিমপুৰৰ বালিটিকা কোঁৱৰপুৰত আৰক্ষীৰ সন্মুখৰ পৰাই একাংশ মহিলাই পলুৱাই নিলে আচামীক।
  • নকল সোণ সৰবৰাহত জড়িতৰ অভিযোগত হবিবুৰ ৰহমান নামৰ এজন লোকক আটক কৰিছিল আৰক্ষীয়ে।
  • দলহাট আৰক্ষীৰ সন্মুখৰ পৰাই মহিলা কেইগৰাকীয়ে পলুৱাই নিয়ে প্ৰবঞ্চকটোক।
  • প্ৰবঞ্চকটোক আটক কৰাৰ পিছতে একাংশ মহিলাই আক্ৰমণ কৰে আৰক্ষীৰ দলক।
  • আক্ৰমণত আহত হয় কেইবাজনো আৰক্ষীৰ লোক।
  • আক্ৰমণত গুৰুতৰভাৱে আহত হয় নৱজিত্‍ শইকীয়া নামৰ এজন গৃহৰক্ষী জোৱান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in