লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত বাইক আৰোহী… VIDEO

লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত বাইক আৰোহী… VIDEO
  • লখিমপুৰৰ নাৰায়ণপৰৰ দেওতোলাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ।
  • ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা মালবাহী ট্ৰাকত খুন্দা বাইক আৰোহীৰ।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক আৰোহীজন।
  • সংকটজনক অৱস্থাত ১০২ এম্বুলেঞ্চেৰে লখিমপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰোহীজনক।
  • ট্ৰাকখনৰ নম্বৰ এ এছ ০৭ চি ৫১৪৪ আৰু বাইকখনৰ নম্বৰ এ এছ ০৭ জি ০৪১৬।
  • ট্ৰাকখনৰ ছিগনেল লাইত জ্বলাই নোথোৱাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
  • দুৰ্ঘটনাত গুৰুতৰভাব আহত যুৱকজনক মধুপুৰৰ কমল হাজৰিকাৰ পুত্র সৌৰভ হাজৰিকা বুলি চিনাক্ত কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in