শেহতীয়া খবৰ
চামগুৰিত চুৰি বাইকসহ যুবক গ্ৰেপ্তাৰ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসমৰ বাবে সহায়ৰ আহ্বান বিৰাট,ৰোহিত আৰু হৰভজনৰ...  •  যুৱতীক অশালীন ব্যৱহাৰ কৰি জাগুনৰ সুৰামত্ত সাংবাদিকে খালে লপা-থপা...  •  কাজিৰঙাত বানৰ মাজতে আতংক! প্ৰাণৰক্ষাৰ বাবে বনৰজা উঠিলগৈ বিচনাত...  •  ফণী বতাহৰ ফলত বিধ্বস্ত পুৰীস্থিত শংকৰদেৱ নামঘৰ...  •  দক্ষিণ কামৰূপত অপৰিৱৰ্তিত বান পৰিস্থিতি! বন্যাৰ্তৰ মাজত খাদ্য বিতৰণ...  •  লালুকৰ বানাক্ৰান্ত অঞ্চলত আছুৰ বিনামূলীয়া চিকিৎসা শিবিৰ...  •  লালুকত বিজেপি অবিচি মৰ্চা, দীপশিখা গোটৰ উদ্যোগত বান সাহাৰ্য বিতৰণ...

লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত বাইক আৰোহী… VIDEO

36
  • লখিমপুৰৰ নাৰায়ণপৰৰ দেওতোলাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ।
  • ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা মালবাহী ট্ৰাকত খুন্দা বাইক আৰোহীৰ।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক আৰোহীজন।
  • সংকটজনক অৱস্থাত ১০২ এম্বুলেঞ্চেৰে লখিমপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰোহীজনক।
  • ট্ৰাকখনৰ নম্বৰ এ এছ ০৭ চি ৫১৪৪ আৰু বাইকখনৰ নম্বৰ এ এছ ০৭ জি ০৪১৬।
  • ট্ৰাকখনৰ ছিগনেল লাইত জ্বলাই নোথোৱাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
  • দুৰ্ঘটনাত গুৰুতৰভাব আহত যুৱকজনক মধুপুৰৰ কমল হাজৰিকাৰ পুত্র সৌৰভ হাজৰিকা বুলি চিনাক্ত কৰা হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি