বৃহৎ নদীবান্ধ আৰু ‘কা’ বাতিলৰ দাবীত লখিমপুৰত আছু-এজেৱাইচিপিৰ জোঁৰ সমদল…

বৃহৎ নদীবান্ধ আৰু ‘কা’ বাতিলৰ দাবীত লখিমপুৰত আছু-এজেৱাইচিপিৰ জোঁৰ সমদল…
  • লখিমপুৰত আছু-এজেৱাইচিপিৰ জোঁৰ সমদল।
  • বৃহৎ নদী বান্ধ বন্ধ কৰা আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এই সমদল বাহিৰ।
  • কেইবা শতাধিক ছাত্ৰ কৰ্মীয়ে অংশ লৈছে এই কাৰ্যসূচীত।
  • এই জোঁৰ সমদল লখিমপুৰ ছহীদ বেদী প্ৰাংগণৰ পৰা উলিওৱা হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in