শেহতীয়া খবৰ
'কা'ৰ সমৰ্থক আৰু 'কা' বিৰোধীৰ মাজত সংঘাত, প্ৰাণ হেৰুৱালে ২ জনে...  •  ডুমডুমাৰ ৰূপাইচাইডিঙত গুলীচালনা, নিহত এজন...  •  জেডিইউ নেতা প্ৰশান্ত কিশোৰ আৰু পৱন বাৰ্মাক বহিস্কাৰ...  •  তৃতীয় টি২০ৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুপাৰ অভাৰত খেল দেখুৱালে ৰোহিত শৰ্মাই  •  তৃতীয় টি২০ৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুপাৰ অভাৰত খেল দেখুৱালে ৰোহিত শৰ্মাই  •  ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন টি-২০ ড্ৰ, চুপাৰ অভাৰে নিৰ্ণয় কৰিব ভাগ্য...  •  বোকাখাতৰ শংকৰদেৱ সংঘৰ অধিৱেশনলৈ নেতা-মন্ত্ৰীক মতাৰ সিদ্ধান্ত...  •  পুনেত কা, এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আটক ২৫০ গৰাকী...  •  বেডমিণ্টনক বিদায় দি ৰাজনীতিলৈ আহিল চাইনা নেহৱাল…  •  টকিঅ' অলিম্পিক, ২০২০ৰ বাবে নিৰ্বাচিত এথলিট নীৰজ চোপ্ৰা

লখিমপুৰৰ কঠালপুখুৰীত ৰেল পথ অৱৰোধ ২৫ সংগঠনৰ…

246



  • লখিমপুৰৰ কঠালপুখুৰীত ৰেল অৱৰোধ
  • ২৫ টাকৈ সংগঠনে একাধিক ট্ৰেইন কঠালপুখুৰী ষ্টেচনত ৰখোৱাৰ দাবীত ৰূপায়ণ কৰিছে ৰেল অৱৰোধ কাৰ্যসূচী।
  • বৃহত্তৰ অঞ্চলৰ বিভিন্ন সংগঠনে দীৰ্ঘদিন ধৰি ষ্টেচনটোত নাহৰলগুন-তিনিচুকীয়া সংযোগী ইন্টাৰচিটি ট্ৰেইন কঠালপুখুৰীত ৰখোৱাৰ দাবী জনাই অহাৰ পাছতো ৰেলৱে বিভাগে গুৰুত্ব নিদিয়াত ৰূপায়ণ কৰিছে অৱৰোধ কাৰ্যসূচী।

  • অৱৰোধৰ ফলত আৱদ্ধ হৈ পৰিছে ডেকাৰগাঁও-মুৰ্কংচেলেক অভিমুখী উজনিমুৱা পেছেঞ্জাৰ ট্ৰেইন
  • দুই সহস্ৰাধিক প্ৰতিবাদী ৰাইজৰ উত্তাল প্ৰতিবাদ

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি