লখিমপুৰৰ কঠালপুখুৰীত ৰেল পথ অৱৰোধ ২৫ সংগঠনৰ…

লখিমপুৰৰ কঠালপুখুৰীত ৰেল পথ অৱৰোধ ২৫ সংগঠনৰ…
  • লখিমপুৰৰ কঠালপুখুৰীত ৰেল অৱৰোধ
  • ২৫ টাকৈ সংগঠনে একাধিক ট্ৰেইন কঠালপুখুৰী ষ্টেচনত ৰখোৱাৰ দাবীত ৰূপায়ণ কৰিছে ৰেল অৱৰোধ কাৰ্যসূচী।
  • বৃহত্তৰ অঞ্চলৰ বিভিন্ন সংগঠনে দীৰ্ঘদিন ধৰি ষ্টেচনটোত নাহৰলগুন-তিনিচুকীয়া সংযোগী ইন্টাৰচিটি ট্ৰেইন কঠালপুখুৰীত ৰখোৱাৰ দাবী জনাই অহাৰ পাছতো ৰেলৱে বিভাগে গুৰুত্ব নিদিয়াত ৰূপায়ণ কৰিছে অৱৰোধ কাৰ্যসূচী।
  • অৱৰোধৰ ফলত আৱদ্ধ হৈ পৰিছে ডেকাৰগাঁও-মুৰ্কংচেলেক অভিমুখী উজনিমুৱা পেছেঞ্জাৰ ট্ৰেইন
  • দুই সহস্ৰাধিক প্ৰতিবাদী ৰাইজৰ উত্তাল প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in