মুখ্য-পৃষ্ঠাৰাষ্ট্ৰীয় লাইকা দধিয়াৰ প্ৰতিবাদস্থলীত এজনৰ মৃত্যু… অসমীয়া প্ৰতিদিন ৰ দ্বাৰা Jan 14, 2021 ত শেষ সম্পাদনা কৰা হৈছে 142 শ্বেয়াৰ কৰক লাইকা দধিয়াৰ প্রতিবাদস্থলীত শোকৱহ ঘটনা সংঘটিত।প্রতিবাদস্থলীত অসুস্থ হৈ এজন ব্যক্তিৰ মৃত্যু।মৃত্যু হোৱা লোকজনৰ নাম বলেশ্বৰ দাং (৬৮) বুলি জানিব পৰা গৈছে।বৃহস্পতিবাৰে পুৱা ৮.৪৫ বজাত মৃত্যু হয় ব্যক্তিজনৰ। 142 শ্বেয়াৰ কৰক