লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক

লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক
  • মৰিগাঁৱৰ লাহৰীঘাটত চোৰাং গঁড় চিকাৰী আটক।
  • আৰক্ষীৰ এটি দলে শনিবাৰে সন্ধিয়া আটক কৰে চোৰাং গঁড় চিকাৰীটোক।
  • ধৃত চোৰাং চিকাৰীটো আফাজুল ইছলাম বুলি চিনাক্ত।
  • লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসৰ নেতৃত্বত অভিযান চলাইছিল দলটোৱে।
  • টেঙাগুৰি কছাৰী গাঁৱত অভিযান চলাই আটক কৰে চোৰাং চিকাৰীটোক।
  • উল্লেখ্য যে ধৃত চিকাৰীটোৰ বিৰুদ্ধে দৰঙৰ শ্যামপুৰ থানাত গোচৰ ৰুজু হৈ আছে।
  • ০৯/১৭ নম্বৰত বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত পঞ্জীয়ন হৈ আছে গোচৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in