শেহতীয়া খবৰ
১৫/২০ দিন পূৰ্বেই কাজিৰঙা হত্যা কৰিলে গঁড়, গমেই নাপালে বনবিভাগে...  •  বেলটত বন্দী হ'ল ২২নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য...  •  ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত...  •  ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...

মেজিত নহয়, ব্যৱসায়ীক প্ৰতিষ্ঠানত লাগিল জুইঃ ১ কোটি টকাৰ সম্পত্তি ভস্মীভূত…

  • মৰিগাঁৱৰ লাহৰীঘাটত ভয়াৱহ অগ্নিকাণ্ড।
  • কাঠনি গৰমবজাৰত সংঘটিত এই অগ্নিকাণ্ড।
  • বজাৰখনৰ ১১খনকৈ দোকান অগ্নিকাণ্ডত ভস্মীভূত।
  • অগ্নিকাণ্ডত প্রায় ১ কোটি টকাৰ সা-সম্পত্তি জুইত জাহ গৈছে।
  • বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সন্দেহ।
  • স্থানীয় ৰাইজ, অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত জুই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি