মেজিত নহয়, ব্যৱসায়ীক প্ৰতিষ্ঠানত লাগিল জুইঃ ১ কোটি টকাৰ সম্পত্তি ভস্মীভূত…

মেজিত নহয়, ব্যৱসায়ীক প্ৰতিষ্ঠানত লাগিল জুইঃ ১ কোটি টকাৰ সম্পত্তি ভস্মীভূত…
  • মৰিগাঁৱৰ লাহৰীঘাটত ভয়াৱহ অগ্নিকাণ্ড।
  • কাঠনি গৰমবজাৰত সংঘটিত এই অগ্নিকাণ্ড।
  • বজাৰখনৰ ১১খনকৈ দোকান অগ্নিকাণ্ডত ভস্মীভূত।
  • অগ্নিকাণ্ডত প্রায় ১ কোটি টকাৰ সা-সম্পত্তি জুইত জাহ গৈছে।
  • বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সন্দেহ।
  • স্থানীয় ৰাইজ, অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত জুই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in