লাহৰীঘাটত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ

লাহৰীঘাটত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ
  • মঙলবাৰে ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান ৪৬ সংগঠনৰ
  • সৰ্বাত্মক প্ৰভাৱ পৰিছে লাহৰীঘাটৰ ভূৰাগাঁৱতো।
  • টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত বন্ধ সমৰ্থকৰ।
  • আৰক্ষী উপস্থিত হৈ বন্ধ সমৰ্থকে জ্বলোৱা টায়াৰ আঁতৰাই ৰাজপথৰ পৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in