পাকিস্তানত ভয়ংকৰ বিস্ফোৰণ..

পাকিস্তানত ভয়ংকৰ বিস্ফোৰণ..

পাকিস্তানত ভয়ংকৰ বিস্ফোৰণ..

  • পাকিস্তানৰ লাহোৰত সংঘটিত হৈছে এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা।
  • লাহোৰৰ ব্যস্ত অঞ্চল জোহৰ টাউমত সংঘটিত হৈছে এই বিস্ফোৰণ।
  • ১১ঃ০৫ মিনিটত সংঘটিত হৈছিল এই বিস্ফোৰণ।
  • এই বিস্ফোৰণত বৰ্তমানলৈকে দুগৰাকী লোক নিহত হৈছে বুলি জানিব পৰা গৈছে।
  • ইফালে এই ঘটনাত বৰ্তমানলৈকে আহতৰ সংখ্যা ১৪ জন বুলি জানিব পৰা গৈছে।
  • আহত আৰু নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা।
  • প্ৰাৰম্ভিক অনুসন্ধানত এই বিস্ফোৰণত প্ৰায় ৩০ কেজি বিস্ফোৰক ব্যৱহাৰ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ।
  • এই বিস্ফোৰণ যি ঠাইত সংঘটিত হৈছে সেই স্থানৰ কাষতেই "গ্ল'বেল টেৰৰিষ্ট" হাফিজ ছৈয়েদিৰ বাসগৃহ।
  • হাফিজ ছৈয়েদি জামাত-উল-ডাৱাহৰ মূৰব্বী।
  • ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল এইগৰাকী হাফিজ ছৈয়েদি।
  • বিস্ফোৰণৰ লগত কোন জড়িত সেই বিষয়ে এতিয়াও জানিব পৰা নাই যদিও শীঘ্ৰে এই বিষয়ে সবিশেষ তথ্য প্ৰকাশ পাব বুলি জোহৰ আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in