শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

সৰ্তকতা অৱলম্বন কৰি ‘লাচিত দিৱস’ উদযাপনৰ দিহা কৰিছে লাচিত সংঘই…

74

ডিজিটেল সংবাদ, গুৱাহাটীঃ অহা ২৪ নৱেম্বৰ,২০২০ মঙলবাৰে গুৱহাটী লাচিত সংঘৰ প্ৰাঙ্গণত ‘লাচিত দিৱস‘ উদযাপনৰ দিহা কৰা হৈছে। উক্ত দিনটোত পুৱা ১০.০০ বজাত সংঘৰ পতাকা উত্তোলনৰ লগতে সংঘৰ বাকৰিত থকা বীৰ লাচিত প্ৰতিমূৰ্তিত পুষ্প অৰ্পন কৰা হ’ব।

এই কাৰ্যসূচীৰ সমান্তৰালভাৱে পৰিৱেশন কৰা হ’ব অসমৰ জাতীয় সংগীতটি। বিয়লিভাগলৈ ৪.৩০বজাত বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ লগতে সংঘৰ সমগ্ৰ চৌহদত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে।

সংঘই অতি দুখেৰে জনায় যে, এইবেলি কৰোনা মহামাৰীৰ বাবে লাচিত দিৱসৰ অন্যান্য আনুসংঙ্গিক কাৰ্যসূচীসমূহ বাতিল কৰা হৈছে। উক্ত দিনটিত সকলো ৰাইজৰ উপস্থিতিৰ লগতে সহযোগিতা সংঘই কামনা কৰিছে

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি