কুম্ভীৰডুবিত পথৰ কাষত বাগৰি পানীত পৰিল ট্ৰেক্টৰ, নিহত ১

কুম্ভীৰডুবিত পথৰ কাষত বাগৰি পানীত পৰিল ট্ৰেক্টৰ, নিহত ১
  • কামপুৰ – বকুলগুৰি সংযোগী পথৰ কুম্ভীৰডুবিত শুকুৰবাৰে নিশা সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা।
  • পথৰ কাষত বাগৰি পানীত পৰিল ট্ৰেক্টৰ।
  • ট্ৰেক্টৰৰ হেঁচাত থিতাতে এজন নিহত।
  • নিহত লোক জনক ট্ৰেক্টৰ খনৰ চালক বুলি জানিব পৰা গৈছে।
  • চিনাক্ত হোৱা নাই লোকজনৰ পৰিচয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in