মই দেশভক্তি মোডীৰ পৰা শিকাৰ প্ৰয়োজন নাইঃ কুমাৰস্বামী

মই দেশভক্তি মোডীৰ পৰা শিকাৰ প্ৰয়োজন নাইঃ কুমাৰস্বামী
  • কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ চলাই মোডীৰ বিৰুদ্ধে সৰৱ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী।
  • মোডীয়ে ৰাষ্ট্ৰবাদৰ ভুল দিয়া বুলি মন্তব্য কুমাৰস্বামীৰ।
  • 'মোডীয়ে কয়, মই হেনো দেশভক্ত নহয়।'
  • 'মই দেশভক্তি মোডীৰ পৰা শিকাৰ প্ৰয়োজন নাই।'
  • 'দেৱগৌড়া যেতিয়া প্ৰধানমন্ত্ৰী আছিল, তেতিয়া কাশ্মীৰত এটাও বিস্ফোৰণ হোৱা নাছিল।'
  • 'সেয়াই আছিল আমাৰ ঐতিহ্য, সুদক্ষ নেতৃত্বৰ নিদৰ্শন।'
  • 'কিন্তু আপুনি (মোডী) আজি সেই নেতৃত্ব বহন কৰিব পৰা নাই।'
  • 'গতিকে আপুনি মোক ভাল-বেয়াৰ শিক্ষা নিদিয়াই ভাল।'
  • 'আপোনাৰ সেইখিনি অধিকাৰো নাই।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in