শেহতীয়া খবৰ
বঙাইগাঁৱত সৰ্বভাৰতীয় পৰ্যায়ৰ শৰীৰচৰ্চা প্ৰতিযোগিতা  •  এজাক বৰষুণতে বুৰ গ'ল স্মাৰ্ট চিটি গুৱাহাটী  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  অসমৰ আন এটা সশস্ত্ৰ সংগঠনৰ যুদ্ধবিৰতি ঘোষণা, ওদালগুৰিত ইউজিপিঅ'ই জমা দিলে অস্ত্ৰ-শস্ত্ৰ  •  চন্দ্ৰযান-২ সন্দৰ্ভত ইছৰ’ই কৰিলে টুইট...  •  কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত 'বৃহৎ পৰিসৰত গছ পুলি ৰোপণ' কাৰ্যসূচী  •  মডেল বিটিচিত জৰাজীৰ্ণ পথ, ক্ষুব্ধ এবিএমছুৰ কোকৰাঝাৰ-ফুটকিবাৰী পথ অৱৰোধ, ক্ষুৰধাৰ সমালোচনা হাগ্ৰামা-প্ৰমিলাক  •  বলিউডৰ আটাইতকৈ বিগ বাজেট ছবি, ‘ৰাৱণ’ৰ চৰিত্ৰত দেখা পাব পাৰে বাহুবলীক!  •  আমেথিবাসীলৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ উপহাৰ...

হিমাচল প্ৰদেশৰ কুল্লুত দুৰ্ঘটনা, আহত ৪৫ জন বিজেপি কৰ্মী

65
  • হিমাচল প্ৰদেশৰ কুল্লুত ভয়ংকৰ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ।
  • অইন এখন গাড়ীক অভাৰট্ৰেক কৰিব খোজতেই সংঘটিত হয় এই দুৰ্ঘটনা।
  • বাছখনে কঢ়িয়াই নিছিল প্ৰায় অৰ্ধশতাধিক বিজেপি কৰ্মীক।
  • বিজেপিৰ এখন জনসভাৰ পৰা উভতিছিল যাত্ৰীকেইজন।
  • দুৰ্ঘটনাত আহত বাছখনৰ ভিতৰত থকা ৪৫ জন যাত্ৰী।
  • আহত সকলৰ ৪ জনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
  • আহত সকলক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি