হিমাচল প্ৰদেশৰ কুল্লুত দুৰ্ঘটনা, আহত ৪৫ জন বিজেপি কৰ্মী

হিমাচল প্ৰদেশৰ কুল্লুত দুৰ্ঘটনা, আহত ৪৫ জন বিজেপি কৰ্মী
  • হিমাচল প্ৰদেশৰ কুল্লুত ভয়ংকৰ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ।
  • অইন এখন গাড়ীক অভাৰট্ৰেক কৰিব খোজতেই সংঘটিত হয় এই দুৰ্ঘটনা।
  • বাছখনে কঢ়িয়াই নিছিল প্ৰায় অৰ্ধশতাধিক বিজেপি কৰ্মীক।
  • বিজেপিৰ এখন জনসভাৰ পৰা উভতিছিল যাত্ৰীকেইজন।
  • দুৰ্ঘটনাত আহত বাছখনৰ ভিতৰত থকা ৪৫ জন যাত্ৰী।
  • আহত সকলৰ ৪ জনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
  • আহত সকলক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in