ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব কুল বৰুৱাৰ!

ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব কুল বৰুৱাৰ!
  • ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব বিশিষ্ট সংগীত শিল্পী কুল বৰুৱাৰ!
  • পদযাত্ৰাৰে শেষকৃত্যৰ বাবে নশ্বৰ দেহ অনা হব নৱগ্ৰহলৈ।
  • উল্লেখ্য যে, বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কৰিছে শোক ব্যক্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in