ৰাজ্যিক মৰ্যদাৰ অবিহনেই শেষকৃত্য সম্পন্ন বিশিষ্ট শিল্পী কুল বৰুৱাৰ…

ৰাজ্যিক মৰ্যদাৰ অবিহনেই   শেষকৃত্য সম্পন্ন বিশিষ্ট শিল্পী কুল বৰুৱাৰ…
  • নৱগ্ৰহত শেষকৃত্য সম্পন্ন বিশিষ্ট শিল্পী কুল বৰুৱাৰ।
  • শেষমূৰ্হুতত তেওঁক দিয়া নহ'ল ৰাজ্যিক মৰ্যদা।
  • ৰাজ্যিক মৰ্যদাৰে শিল্পীগৰাকীক শেষ বিদায় জনোৱাৰ প্ৰস্তুতি চলিছে বুলি জনাইছিল এক চৰকাৰী সূত্ৰই।
  • অসমৰ সংগীতজগতৰ অন্যতম পুৰোধা ব্যক্তি আছিল কুল বৰুৱা।
  • প্ৰচাৰবিমুখ এইগৰাকী শিল্পীয়ে ৮২বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in