দিল্লীত গ্ৰেপ্তাৰ কুকি নেচনেল ফ্ৰণ্ট কামাণ্ডৰ ইন চীফ ডেভিদ কিপগেনক…

দিল্লীত গ্ৰেপ্তাৰ কুকি নেচনেল ফ্ৰণ্ট কামাণ্ডৰ ইন চীফ ডেভিদ কিপগেনক…

ডিজিটেল সংবাদ, বেকাজানঃ মণিপুৰী বিদ্ৰোহী সংগঠনৰ কুকি নেচনেল ফ্ৰণ্টৰ কামাণ্ডৰ ইন চীফ মংগখালেম কিপগেন ওৰফে ডেভিদ কিপগেন এক গোপন খবৰ ভিত্তিত দিল্লী আৰক্ষীয়ে অভিযান চলাই দেওবাৰে এন চি আৰ দাৰকা নগৰত গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে, মণিপুৰী বিদ্ৰোহী সংগঠন কুকি নেচনেল ফ্ৰণ্ট সেনাধ্যক্ষজনৰ বিৰুদ্ধে ধনদাবী ,অপহৰণ ,অস্ত্ৰ সৰবৰাহ , গুলীবৰ্ষণ কৰাকে ধৰি বহু গোচৰ মণিপুৰত ৰুজু হৈ আছে। তেওঁক মণিপুৰ আৰক্ষীয়ে বিচাৰি আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in