EXCLUSIVE- কেতিয়া মুক্তি দিব প্ৰণৱ গগৈ, ৰাম কুমাৰক? মধ্যস্থতাকাৰী কৌশিক ফুকনৰ সৈতে…

EXCLUSIVE- কেতিয়া মুক্তি দিব প্ৰণৱ গগৈ, ৰাম কুমাৰক? মধ্যস্থতাকাৰী কৌশিক ফুকনৰ সৈতে…

ডিজিটেল ডেস্কঃ কুইপ'ৰ অপহৃত দুই কৰ্মচাৰীৰ মুক্তিৰ সন্দৰ্ভত মধ্যস্থতাকাৰীৰ দায়িত্ব পালন কৰিব কৌশিক ফুকনে। ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাতকাৰত জনালে যে, অন্তিম পৰ্যায়ৰ আলোচনাৰ বাবে কুইপ'ৰ কৰ্তৃপক্ষলৈ ইতিমধ্যে আনুষ্ঠানিক ইমেইল প্ৰেৰণ কৰা হৈছে।

এই লিংকত চাব পাৰিবঃ https://fb.watch/3P4JBreQpF/

এই আলোচনা সঠিক দিশেৰে আগবঢ়া বুলিও তেওঁ কয়। ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীতে কুইপ'ৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে অনুষ্ঠিত হব লগা আলোচনাত সমাধানসূত্ৰ ওলাব বুলিও তেওঁ আশা ব্যক্ত কৰে। কুইপ'ৰ মুখপাত্ৰই এই আলোচনাত ভাগ লব বুলি তেওঁ জানিবলৈ দিয়ে।

এই টেলিফোনিক সাক্ষাতকাৰত কৌশিক ফুকনে প্ৰণৱ গগৈ আৰু ৰাম কুমাৰৰ মুক্তিৰ সন্দৰ্ভত হোৱা আলোচনাৰ সন্দৰ্ভত কি জনালে সবিশেষ শুনক এই লিংকতঃ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in