শেহতীয়া খবৰ
শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল  •  জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল… UPDATES  •  পদূলিত গামোচা আঁৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ১০ খন গাঁৱৰ

বজাৰলৈ আহিব KTMৰ ৪ খনকৈ নতুন বাইক

361

ডিজিটেল ডেস্কঃ আগশাৰীৰ মটৰচাইকেল নিৰ্মাতা প্ৰতিষ্ঠান কে টি এমে চলিত বৰ্ষতে মুকলি কৰিব চাৰিখনকৈ নতুন মটৰ চাইকেল। এই মটৰ চাইকেল কেইখন হৈছে- কে টি এম ৩৯০ এডভেন্সাৰ, আৰ চি ২৯০, আৰ চি ২৫০ আৰু ডিউক ৭৯০।

ইয়াৰে আৰ চি ২৫০ মটৰ চাইকেলখন ইতিমধ্যে ভাৰতত নিৰ্মাণ কৰা হৈছে। আৰু বিদেশলৈও ভাৰতৰ পৰা ৰপ্তানি কৰা হৈছে। এই মটৰ চাইকেলখনত থাকিব ২৪৮.৮ চিচিৰ ইঞ্জিন, ৬ স্পীড গিয়েৰ বক্স। এই মটৰ চাইকেলখনৰ অনুমানিক মূল্য হ’ল ২লাখ ১০হাজাৰৰ পৰা ২ লাখ ৩০ হাজাৰ টকা। একেদৰে ৩৯০ এডভেন্সাৰখনৰ মূল্য ২ লাখ ৬০ হাজাৰ টকা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি