কৃষ্ণাই আৰক্ষী-ব্যৱসায়ী সন্থাৰ উদ্যোগত ছেনিটাইজেশ্যন

কৃষ্ণাই আৰক্ষী-ব্যৱসায়ী সন্থাৰ উদ্যোগত ছেনিটাইজেশ্যন

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত কোৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে বিশেষ পদক্ষেপ। কৃষ্ণাই আৰক্ষী থানা – ব্যৱসায়ী সন্থাৰ উদ্যোগত আৰু অগ্নিনিৰ্বপক বাহিনীৰ সহযোগ কৃষ্ণাই অঞ্চলত ছেনিটাইজ কৰে। ইয়াৰ লগতে বিভিন্ন প্ৰক্ৰিয়াৰ যোগেদি ৰাইজক সজাগ হ'বলৈ অনুৰোধ জনাই আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in