শেহতীয়া খবৰ
নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভাষা, সংস্কৃতি বিপন্ন কৰিব, অসমত ২০২৬ বৰ্ষত হ’বলগীয়া নিৰ্বাচনত অসমীয়াই অস্তিত্ব হেৰুৱাবঃ অগপ বিধায়ক  •  বৰ্ণিল সাংস্কৃতিক বিনিময় অনুষ্ঠানেৰে সামৰণি পৰিল ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ, অসমৰ চহকী কৃষ্টি-সংস্কৃতি দেখি আশ্চৰ্য প্ৰকাশ অষ্ট্ৰেলিয়াৰ পৰ্যটকৰ  •  নগাঁৱৰ জাৰামাৰীত বোৱাৰী হত্যাৰ অভিযোগ, আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ, আৰক্ষীৰ জালত স্বামী আনছাৰুল ইছলাম  •  বৰহোলাত জোতাৰ দোকানত পিষ্টলসহ গুলী উদ্ধাৰঃ দুজনক গ্ৰেপ্তাৰ  •  সিদ্ধাৰ্থ ভট্টাচাৰ্যই এডমিশ্বন নিদিলে হিমন্তক বিজেপিত এডমিশ্বনে নিদিয়ে, য’তেই পাৱাৰ থাকে তাতেই থাকে হিমন্তঃ তৰুণ গগৈ  •  অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা, সমাজকৰ্মী ভূৱন চন্দ্ৰ শইকীয়াৰ মৃত্যু, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি দল-সংগঠনৰ শোক প্ৰকাশ  •  নাৰায়ণপুৰত কা বিৰোধী গণ গৰ্জন কাৰ্যসূচীত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা, ২১ত জাতিদ্ৰোহী বিজেপিক উৎখাতৰ সংকল্প, VIDEO  •  বনিয়াকুছিত "কা" বাতিলৰ দাবীত জনসভা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পুতলা মুখ্যমন্ত্ৰীঃ অজিত কুমাৰ ভূঞা, VIDEO  •  আই এন এক্স মিডিয়া কেলেংকাৰীঃ ই ডি কাৰ্যালয়ত সোধ-পোছ কংগ্ৰেছ সাংসদ কাৰ্তি চিদাম্বৰামক...  •  ক্ৰমাৎ সুস্থ হৈছে আৰ্চাৰ শিৱাংগিনী গোঁহাই...

কৃষ্ণাইত পথ সুৰক্ষা সপ্তাহ পালন

71

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত মঙলবাৰে পথ সুৰক্ষা সপ্তাহ পালন কৰা হয়। সেই উপলক্ষে কৃষ্ণাই থানাই এক সমদল বাহিৰ কৰে।

সমদলকাৰী সকলে কৃষ্ণাই বজাৰৰে সমদল কৰি ‘হেলমেট পিন্ধক, গাড়ীৰ চিট বেল্ট বান্ধক, মদ্যপান কৰি গাড়ী চলোৱা বন্ধ কৰক’ আদি শ্ল’গানৰে ৰাইজক সজাগ কৰে। সমদলত ৰাইজ, নাগৰিক সমিতি, কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থা আদিয়েও অংশ গ্ৰহণ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি