শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

কৃষ্ণাইত ভয়ংকৰ পথ দুৰ্ঘটনাঃ এজন নিহত,পাঁচজন আহত…

315

ডিজিটেল সংবাদ,কৃষ্ণাই : গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ শ্ৰীটুক্ৰেশ্বৰী দেৱালয়ৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।ৰবিবাৰে পুৱা প্ৰায় ৯.৩০ বজাত সংঘটিত ঘটনাত থিতাতে নিহত হোৱা লোকজন মেঘালয়ৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বলেন্দ্ৰ চেত্ৰী বুলি জানিব পৰা গৈছে।

জানিবপৰা মতে এছ ১৮ চি/৯২১১ নম্বৰৰ এখন অটো আৰু এছ ১৮ বি/৮১৫৫ নম্বৰৰ এখন এল্ট’ৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা হয়।দুৰ্ঘটনাত আন পাঁচজন লোক গুৰত্বৰ ভাবে আহত হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি