শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

কৃষ্ণগুৰু চিকিৎসা সেৱা সমিতিৰ খাদ্য-সামগ্ৰী বিতৰণ, VIDEO

150

ডিজিটেল সংবাদ, চেঙাঃ সমগ্ৰ বিশ্বতে মাৰাত্মক কোৰোনা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰাৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ বৃহস্পতিবাৰে নৱম দিন। লকডাউনৰ সময়ত ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰিছে লোকসকল। নসত্ৰ – সৰ্থেবাৰী অঞ্চলৰ উপৰিও কেবাখনো গাঁৱত বৃহস্পতিবাৰে নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ কৃষ্ণগুৰু চিকিৎসা সেৱা সমিতিৰ তৰফৰ পৰা অত্যাৱশকীয় সামগ্ৰী বিতৰণ কৰা হয়।

সামগ্ৰী বিতৰণৰ উপৰিও লোকসকলক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায় কৃষ্ণগুৰু চিকিৎসা সেৱা সমিতিয়ে। প্ৰায় দুশটা দৰিদ্ৰ পৰিয়ালৰ মাজত এই সামগ্ৰী বিতৰণ কৰে বুলি জানিবলৈ দিয়ে কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃ আই কুন্তলা গোস্বামী পাটোৱাৰীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি