মোডী, চকীদাৰ নহয় চোৰ! কলকতাৰ বিৰোধী সমাৱেশত বিজেপি সাংসদৰ বিস্ফাৰণ…

মোডী, চকীদাৰ নহয় চোৰ! কলকতাৰ বিৰোধী সমাৱেশত বিজেপি সাংসদৰ বিস্ফাৰণ…
  • মোদীৰ বিৰুদ্ধে বিৰোধী দলৰ সন্মিলিত শক্তি প্ৰদৰ্শন।
  • মমতা বেনাৰ্জী আহ্বানত কলকতাত সংযুক্ত বিৰোধী ৰেলী।
  • কলকতাৰ ঐতিহাসিক ব্ৰিগেড পেৰেড গাউণ্ডত এই ৰেলী ।
  • প্ৰায়বোৰ বিৰোধী দলে নেতৃত্বৰে অংশগ্ৰহণ।
  • এই ৰেলীত দেখা গল এজন বিজেপি সাংসদক।
  • বিৰোধী নেতৃত্বৰ সৈতে একেখন মঞ্চত সাংসদ শতুঘ্ন সিংহা ।
  • নিজ দলৰ প্ৰধানমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা কৰিলে সিনহাই।
  • মোডী চৰকাৰৰ পৰা কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰিলে বিজেপি সাংসদগৰাকীয়ে।
  • প্ৰশ্নৰ উত্তৰ নিদি মোডী পলাই ফুৰিছে বুলি মন্তব্য সিনহাৰ।
  • এই পৰিস্থিতিত ৰাইজে মানিবলৈ বাধ্য হব 'চকীদাৰেই চোৰ'।
  • লগতে মন্তব্য কৰিলে এই মুহূৰ্তলৈকে তেও আছে বিজেপিত।
  • দলৰ পৰা ইয়াৰ পাছত তেওক বহিষ্কাৰ কৰিলেও ৰাইজৰ স্বাৰ্থত কৈ যাব এইবোৰ কথা ।
  • মোডী চৰকাৰক ক্ষুৰধাৰ সমালোচনা অখিলেখ যাদৱৰ।
  • এই অনুষ্ঠানত অংশ ললে যশৱন্ত সিনহা আৰু অৰণ ছুৰীয়েও।
  • মোডীয়ে চি বি আই আৰু ই ডি ক জোঁটবন্ধন কৰিলে বুলি টিপ্পনী যাদৱৰ ।
  • অনুষ্ঠানত উপস্থিত আছিল ছাত্ৰনেতা হাৰ্দিক পেটেল।
  • ডি এম কে নেতা এম কে ষ্টেলিনৰ মন্তব্য ' বিৰোধীৰ জোটবন্ধন দেখি সংকিত মোডী।
  • দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালো উপস্থিত সমাৱেশত ।
  • সমাৱেশত অংশ লই মল্লিকা অৰ্জুন খৰ্গেৰ মন্তব্য 'সংবিধান আৰু গণতন্ত্ৰৰ ৰক্ষাৰ স্বাৰ্থত আমি এক হৈ থাকিব লাগিব।'
  • বিজেপিক এই ৰেলীৰ পৰা কঠোৰ সকীয়নি মমতা বেনাৰ্জীৰ।
  • অনাগত দিনবোৰত বিৰোধী শক্তিসমূহ এক হৈ মোডীৰ বিৰুদ্ধে যুঁজিব বুলিও মন্তব্য।
  • বিশাল জনসমাৱেশ এই ৰেলীত ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in