শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

কলকাতা vs হায়দৰাবাদঃ ছুপাৰ অভাৰত জয়ী হ’ল নাইট ৰাইডাৰ্ছ…

178

ডিজিটেল ডেস্কঃ দেওবাৰে আইপিএলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলপথাৰত নামে ছান ৰাইজাৰ্ছ হায়দৰাবাদ। মেচখনত কলকাতাৰ হাতত পৰাস্ত হয় হায়দৰাবাদ। অৱশ্যে মেচখন প্রথমে ড্ৰ’ হৈছিল যদিও ছুপাৰ অভাৰটোতহে খেলখনৰ ফলাফল নিৰ্ধাৰিত কৰিব পৰা যায়।

উল্লেখ্য যে, দেওবাৰৰ এই মেচখনত প্রথমে বেটিং কৰি কলকাতাই ২০অভাৰত ১৬৩ ৰান সংগ্ৰহ কৰিছিল। ৫টা উইকেট হেৰুৱাই এই ৰান সংগ্ৰহ কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছে। ইফালে, ছানৰাইজাৰ্ছ হায়দৰাবাদেও ৬ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল ১৬৩ ৰান।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি