শেহতীয়া খবৰ
৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...

কলকাতাৰ বিমানবন্দৰত পিষ্টল আৰু সক্ৰিয় গুলীসহ আটক ১জন

55
  • কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জব্দ পিষ্টল আৰু সক্ৰিয় গুলী।
  • এজন ব্যক্তিৰ পৰা উদ্ধাৰ কৰা হৈছে এই পিষ্টল আৰু গুলী।
  • বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে চলাৱা তালাচীত জব্দ কৰা হয় এই মাৰণাস্ত্ৰ।
  • চেন্নাইলৈ গৈ আছিল ব্যক্তিগৰাকী।
  • বৰ্তমান ব্যক্তিগৰাকীক সোধা পোছা অব্যাহত ৰাখিছে বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি