কলকাতাৰ বিমানবন্দৰত পিষ্টল আৰু সক্ৰিয় গুলীসহ আটক ১জন

কলকাতাৰ বিমানবন্দৰত পিষ্টল আৰু সক্ৰিয় গুলীসহ আটক ১জন
  • কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জব্দ পিষ্টল আৰু সক্ৰিয় গুলী।
  • এজন ব্যক্তিৰ পৰা উদ্ধাৰ কৰা হৈছে এই পিষ্টল আৰু গুলী।
  • বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে চলাৱা তালাচীত জব্দ কৰা হয় এই মাৰণাস্ত্ৰ।
  • চেন্নাইলৈ গৈ আছিল ব্যক্তিগৰাকী।
  • বৰ্তমান ব্যক্তিগৰাকীক সোধা পোছা অব্যাহত ৰাখিছে বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in